Assamese Status | 200 Best Assamese Status

Assamese Status: Hello friends, you are very welcome in our new post. In this post, we have brought you the Sad SMS. If you are searching on internet Assamese Status, Assamese Status For WhatsApp, Assamese Status For Fb, Assamese Best Status, Best Assamese Status then you are in the right place. In this post, you will get a similar status which you can upload on Facebook or Whatsapp. Friends, if you like this Assamese Status, then you must also share with your friends.

Assamese Status

Assamese Status

বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..

____________

নিজকে ইমান কষ্ট নিদিবা যদি সেই কষ্টৰ ভৱিষ্যত একো মূল্য নাই.
_____________

সফলতাৰ ৰাস্তা দূৰৰ পৰা বন্ধ থকা যেনে লাগে, কাৰণ আমি সেইটো ৰাস্তাত যাত্ৰা আৰম্ভ কৰাই নাই, সফলতাৰ ৰাস্তাৰ দুৱাৰখন তেতিয়াহে খোল খাব যেতিয়া আমি একেবাৰে তাৰ কাষ পাম।
_______________

জেতুকা ৰং, কি ধকাৰ চেষ্টা তোৰ । জীৱনৰ বোজা বহন কৰা মো এই তেজাল হাত ,নে প্ৰেমৰ আঘাটেৰে বৈ যাব খোজা তেজৰ টোপাল
_____________

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।

______________

আজি কালি মই মনখুলি হাঁহিবলৈ পাহৰি গৈছো ফূৰ্তি কৰিবলৈও মোৰ ভয় লাগে কিজানি অলপ পিছতেই ইয়াৰ বিপৰীতটো হয়গৈমনত কিবা এটা ভয় থাকে কিবা এটা শংকা থাকেযিটো শংকা কাহানিও চাগে আতৰেই নহ’ব………
_______________

পাতল হৈ পৰে বহুগুণে মনৰ দুখযেতিয়া সেয়া’তোমাৰ-মোৰ’ৰ পৰা গৈ আমাৰ হৈ পৰে…
_______________

আৱেলিৰ সেই সপোন যেন বৰষুণ জাক আহি মোক স্মৃতিৰ পথাৰখনলৈ ঠেলি নিলেহি….
_______________

Assamese Status

নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন |
________________

“কি লাগে তোমাক ,বুকুভৰা ভালপোৱা নে ভালপোৱাৰ নামত কৃত্ৰিমতা ?
_____________

৮টা আচৰিত ঘটনা ১. ভাৰতত ৯৫% মানুহে গাখীৰ নাখায় ২. U.K. ত এতিয়ালৈ জোৰৱা শিশু জন্ম হোৱা নাই ৩. নেপালত মানুহে বাঘৰ সৈতে শুয়ে ৪. সাপক বতাহত দলিয়ালে ১০ মিনিট উৰি থাকে ৫. জেব্ৰাৰ কলিজা নাই ৬. হাতিৰ এদাল নোমেৰে ৩ টা মোবাইল চাৰ্জ দিব পাৰি ৭. বান্দৰে চাইনিজ কব পাৰে ৮. এইবোৰ সকলো মিছা কথা মই মাত্ৰ টাইম পাছ কৰিবলে লিখিছিলো… যিকি নহওক ইমান মনজোগেৰে পঢ়া কাৰনে ধন্যবাদ |
______________

নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা, সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা, মই যেতিয়া সুধিম “তোমাৰ মনৰ খবৰ”ৰ কথা কেতিয়াবা, তোমাৰ হৃদয়ৰ স্পন্দন মোকো শুনাবা কেতিয়াবা ।
_______________

জীৱনটো আচলতে সৰল, আমিহে ইয়াক খুতুৰি থাকি জটিল বনাই পেলাওঁ।
_____________

সুখ – দুঃখৰ সংমিশ্ৰনৰ এক গজল হৈ ৰ’ল এই জীৱনকেতিয়াৱা শিখৰক চুৱ খোজা আলিবাটৰ ধূলি হৈ ৰ’ল এই জীৱন !!!
_____________

Assamese Status For WhatsApp

তোমাৰ চুলিতাৰিৰ সুগন্ধত সৰগ দেখা পাওঁ, তোমাৰ হাঁহিৰ দৰ্শনত দুখ পাহৰি যাওঁ, মোৰ প্ৰত্যেকটো উশাহত তোমাৰ গোন্ধ পাওঁ, যদি তোমাক চিৰদিনৰ বাবে পাই যাওঁ, এনে লাগিব যেন, মই গোটেই পৃথিৱীখন পাই যাওঁ।
______________

মোৰ জীৱন এক প্ৰহেলিকা, এক ধুঁসৰ ছবি, চকুলোৰ লোটোক নিগৰে তোমাক কাখত বিছাৰি, তুমি মোক নাজাবা পাহৰি । তোমাৰ মৰম এচমকা কলামেঘ, বিষাদৰ নিজৰা তোমাৰ স্মৃতি, নাজানো মোৰ এই নাটৰ কেতিয়া পৰিব পট । জোৰোলা কৰিছে তোমাৰ স্মৃতিয়ে, সেয়েহে আকিছো মোৰ হৃদয়ৰ ভাল পোৱা মোৰ কবিতাৰ পঙ্গিতিয়ে পঙ্গিতিয়ে । আশাৰ এজাক জোনাকি হৈ, অপেক্ষৰ উৰনি গুছাই, তুমি আহিবা আৰু সম্পূৰ্ণ কৰিবা মোৰ আধৰুৱা কবিতা ।
___________________

বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..
__________________

সুখ – দুঃখৰ সংমিশ্ৰনৰ এক গজল হৈ ৰ’ল এই জীৱনকেতিয়াৱা শিখৰক চুৱ খোজা আলিবাটৰ ধূলি হৈ ৰ’ল এই জীৱন !!!
___________________

দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়।
_____________

এদিন প্ৰেম হৈছিল মোৰ..সাগৰ দেখিছিলোঁ তোমাৰ চকুত।আধৰুৱা চিঠি খন শেষ কৰাৰ আশানতুন কৈ নামিছিল বুকুত।ভিজা ভিজা ৰাতিপুৱা এটি হৈমোহাৰি পেলাবা মোৰ জীৰ্ণ হেঁপাহ,আৰু জীয়াই ৰাখিবা শূন্যত তুমি,ভালপোৱাৰ এটি সুদৃঢ় শিপা ।
______________

এজাৰ , কৃষ্ণচূড়া, ৰাধাচূড়া , সোণাৰুৰ ফুল… আৰু ক’লা তিলটোৰ সৈতে তোমাৰ মৰমলগা হাহিঁ। নাই কোনো তুলনা নাই
______________

Assamese Status For Fb

খঙৰ ধুমুহাৰ কোব এনে ধৰণৰ হয়, যি বুদ্ধিৰ চাকিগচি নুমাই পেলায়।
__________

সকলোতে তোমাক দেখো, কিন্ত্ত কি কৰিম। সকলোতে তোমাৰ মনত পৰে, কিন্ত্ত কি কৰিম। মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই, তোমাৰ স্মৃতিয়েহে জগায় ৰাখে, কি কৰিম?
________________

জীৱনটো আচলতে, এখন চাইকেল চলাই থকাৰ নিচিনা, ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেদেল্ মাৰি থাকিবই লাগিব।
________________

জীৱন আছে, কিন্তু ভৰষা নাই| আশা আছে, কিন্তু বাস্তবত নাই| মন আছে, কিন্তু ধন নাই| বন্ধু আছে, কিন্তু প্রকৃত বন্ধু নাই| আত্মীয় আছে, কিন্তু নিজৰ বুলিবৰ নাই| প্রেম আছে কিন্তু সত্য প্রকৃত প্রেমিকা নাই |
________________

সম্পৰ্ক এটা গঢ়িবলৈ বহুত সময় লাগে।কিন্ত ভাঙিবলৈ …………এক মিনিট সময়ো নালাগে।
_______________

জীৱন আছে, কিন্তু ভৰষা নাই| আশা আছে, কিন্তু বাস্তবত নাই| মন আছে, কিন্তু ধন নাই| বন্ধু আছে, কিন্তু প্রকৃত বন্ধু নাই| আত্মীয় আছে, কিন্তু নিজৰ বুলিবৰ নাই| প্রেম আছে কিন্তু সত্য প্রকৃত প্রেমিকা নাই |
______________

এই যে দৈনিক মানুহ মৰিছে,এই যে দৈনিক মানুহক মাৰা হৈছে,এই যে মানুহক পংগু বনোৱা হৈছে;এয়াই নেকি মানৱতা শেষ কৰাৰ ৰণ?এয়াই নেকি আবেগৰ লগত খেলা বল?সঁচাকৈয়ে নে এই মৃত্যু…!মৃত্যু(?) নে উগ্ৰবাদ(!)ৰ জন্ম?
________________

জনমৰ আদিম পুৱাৰ চিনাকীতেওঁ মোৰ মৰমৰমোৰ চেনেহৰমোৰ সাহসৰমোৰ অভিমানৰমোৰ তুলনাবিহীন জীৱন ছন্দৰপ্ৰেৰণাৰ এগছ বন্তিতেওঁ মোৰ মাতৃ..
_______________

Bihutolit Hothat Oprotyakhito Bhabe Tomar Aaru Mor Dusokur Milon Hol, Epolokote Tumi Nohowa Hola, Aaru Mor Bukukhon Ojan Bikhe Hesa Mari Dhorile, Xeai Nohoy Jano Tomar Proti Mor Thoka Ogadh Prem!
______________

Best Assamese Status

তুমি সপোন মোৰ দিঠকৰতুমি আশা মোৰ জীৱনৰতুমি প্ৰাণ মোৰ আবেগৰতুমি হাঁহি মোৰ নয়নৰ।তোমাৰ জীয়া জীয়া মৰমবুকুৰ মাজতে লৈসপোন কাৰেং গঢ়িম তোমাক লগতে লৈ।তোমি আউসী নিশাৰ জোনাকস্নিগ্ধ তোমাৰ সুবাসআপ্লুত মোৰ মন মৰুমই জোন তুমি মোৰ জোনাক।।
_______________

তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেনতুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন !তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!
_______________

৫ টকীয়া নোটৰ দৰে হৈ গৈছে জীৱনটো, চলে, কিন্ত্ত ফটা অৱস্হাত।
______________

বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..
_______________

তাইক মোৰ মনৰ কথা ক’ব লাগিব, মোৰ সছা ভালপোৱাৰ এটা নাম দিব লাগিব, মনৰ কথা মনতে ৰাখি থলে কলিজাত এদিন বেদনাই বাহ সাজিব, মৃত্যুৰ বাহিৰে তেতিয়া জানো মোৰ অন্য পথ থাকিব, নাজানো তাইৰ পচন্দনো কি, মাঠো জানো মই তাইক সছা অন্তৰেৰে ভাল পাঁওতাই জানো মোৰ প্ৰস্তাব গ্ৰহন কৰিব, কিন্তু তাইক কম কেনেকৈ ”তুমি মোৰ প্ৰানৰ প্ৰতিমা, তাইৰ কাষলৈ গলে মই যে হৈ যাঁও বাকৰুদ্ধ, সছাকৈয়ে মোৰ প্ৰেম একোটা বৃহৎ প্ৰশ্ন…?
________________

কেতিয়াবা প্ৰশ্নবোৰ অতিকৈ জটিল হয়, আৰু ইয়াৰ উত্তৰবোৰ তেনেই সৰল।
______________

তাই ৰৈআছে লৈ লাজৰে উৰণী সময় বোৰ উৰি গৈছে দুপাখি মেলি, নাইযে তাৰ কালৈকো আহৰি, ক্ষন্তেক ৰবিছোন, সময়ৰ সুঁতত হেৰাই গৈছে মোৰ লাহৰি, নাপাঁও মই ক’তোযে বিছাৰি, কিজানিবা মৰম নদীৰ চিনাকী ঘাটত, মোৰ বাবে ৰৈ আছে তাই লৈ লাজৰে উৰণী ।
______________

সকলোৰে দুখ থাকে, অশান্তি থাকে | কিন্তু কোনো দুখেই দুখ হৈ নাথাকে যেতিয়াই সেই দুখবোৰ মোৰ পৰা আমাৰ হৈ পৰে | পৃথিৱীৰ সকলো সুন্দৰতা অনুভৱ আৰু উপভোগ কৰিবলৈ লগত এজন মনে বিচৰা সংগীৰ প্ৰয়োজন | তোমালোক সকলোৰে দুখবোৰ মোৰ পৰা আমাৰ হোৱাৰ কামনাৰে……
________________

সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক………
_______________

Assamese Status

Mor Hridoykhon Tai Sur Kori Loy Gol, Mor Hridoykhon Tai Nijor Logot Rakhi Thoi Tolmuahoi Xei Bikhesh Aashonot Bohil, Moi Kolu, Mor Hridoykhon To Mok Ghurai Diya, Tai Kole, Moi Hatot Jetuka Xani Bohi Aasu Dekha Nai!
_________________

আৱেলিৰ সেই সপোন যেন বৰষুণ জাক আহি মোক স্মৃতিৰ পথাৰখনলৈ ঠেলি নিলেহি….
________________

মোক কোনোৱে গুৰুত্ব দিছে, দিয়া নাই তাত মোৰ কি আহে যায়। মোৰ পৃথিৱীততো ময়েই ৰজা। ময়েই কটাওঁ জীৱন জীৱন মোৰ প্ৰতিটো ক্ষণ! মোৰ জীৱন, যৌৱনৰ নায়ক মোৰ বাহিৰে আন কোনোবা আছে জানোঁ? হ’ব পাৰিব জানোঁ?? ✌️
_________________

নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন
_________________

এটি কণমানি ঘৰ, এটি দুটি কৰি কেইটিমান জোনাকি সপোন, আৰো বিছাৰো তোমাৰ উঠৰ এমুঠি হাঁহি… নাজানো তুমি এতিয়া ক’ত, কি তোমাৰ নাম, সাগৰিকা সংঘমিত্ৰা নে অপৰোপা, দুচকুৰ চিনাকি নাথাকিলেওঁ তুমি যে মোৰ একেবাৰেই আপোন ।। ভাল পাওঁ তোমাক নিকা হৃদয়েৰে, অপেক্ষাৰ উৰণি গুচাই তুমি আহা মোৰ কাষলৈ, নিচেই কাষলৈ.. এচমকা জোনাকহৈ ।
____________________

আনৰ দৰে হব বিচৰা নাই কেতিয়াও মাথো প্ৰত্যেকৰ ভাল গুণক প্ৰশংসো সদায়ে..ব্যতিক্ৰম হৈয়ে জীয়াব বিচাৰো আত্মসন্তোষ্টিৰেদুদিনীয়া জীৱনটোত…
____________

চকুলোৰে মালা গাথি ডাৱৰে হেন্দোলনি তুলিছে আকাশত
___________

Assamese Status

শিক্ষক : কণটিলৌ কচোন এনে কিপ্রজাতিৰ প্রাণী আছে যিয়ে আকাশত উৰে কিন্তু মাটিত পোৱালি জন্ম দিয়ে? কণটিলৌ : এয়াৰহোষ্টেজ ছাৰ !
__________________

মোৰ শুষ্ক হৃদয়খনিতএতিয়া মাথো তোমাৰ প্ৰেমৰ বৰষুণ।
______________

বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..
_____________

যি আনক স্বাধীনতা দিব নিবিছাৰে – সি স্বাধীনতা লাভৰ যোগ্য নহয়।
________________

সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে, আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে।
______________

বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..
_____________

প্ৰেম, CRUSH এইবোৰৰ নামত টাইটানিক ডুব যোৱাৰ দৰে ডুবি থকাবোৰলৈ মোৰ এটি বিনম্ৰ অনুৰোধ ,আচুৰ্য বৰপাত্ৰৰ ‘ইংলিছ বাইদেউ’ গানটি যেন ভালদৰে এবাৰ শুনে ;আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে |
_______________

জীৱনৰ ৩ টা সত্য কথা – ১. টকাই সকলো নহয়, ATM card আৰু VISA ও আছে ২. শ্রেণী কোঠাত হাল্লা নকৰিবা, শুই থকা বোৰে দিগদাৰ পায় ৩. আজি এই কামটো কিয় কৰা, কালি কোনো এজনে কৰিবই |
_______________

Assamese Status

জীৱনত এজন পাৰ্টনাৰ থকাটো খুবেই জৰুৰী, নহলে মনৰ কথাবোৰ, ষ্টেটাচ্ ত লিখোতেই যাব।
_____________

গাধ নং ৱান – মোৰ মালিকে মোক বৰ পিটে অ’…….! গাধ নং টু- তই পলাই নাযাৱ কিয়? গাধ নং ৱান- পলাই তো কেতিয়াবাই গলোঁ হয়, কিন্তু ভবিষ্যৎ উজ্জ্বল বাবেই যোৱা নাই! গাধ নং টু- তই এটা ভাল গাধ দেই..ইমান পিটন খোৱাৰ পিছতো উজ্জ্বল ভবিষ্যতৰ সপোন দেখিছ! গাধ নং ৱান- তই কি বুজি পাবি গাধ! মালিকৰ দিপলিপ ছোৱালীজনীয়ে দুষ্টালি কৰিলেই মালিকে কয়-” তোৰ বিয়া এই গাধটোৰ লগত পাতি দিম ৰ’…!”
______________

জীৱনত চলাচল কৰিবৰ বাবে দুটাই ৰাস্তা , এটা হল সহজ, মসৃণ, চাঁৰে ভৰা, আনটো হল, কঠিন, ওখোৰা-মোখোৰা, কণ্টক ভৰা। প্ৰথম ৰাস্তাটোৰে গলে সহজেই দ্ৰুত গতিৰে গৈ থাকিব পাৰি কোনো কষ্ট নোহোৱাকৈ জীৱনৰ তাৎক্ষণিক মজা লৈ । এই পথৰ প্ৰত্যেকটো ক্ষণতে আনন্দ অনুভৱ হয় । জীৱনটো অইনক কষ্ট দি হলেও নিজৰ ইচ্ছা, আনন্দ আদিৰ পুৰ্তিৰ বাবেহে বুলি ভাব হয় । আৰু দ্বিতীয় ৰাস্তাটোৰে গলে প্ৰথমতে অশেষ কষ্ট অনুভৱ হয়, পদে পদে কাঁইট, কেতিয়াবা হয়টো ৰাস্তাটো এনেদৰে বন্ধ হৈ যোৱা নিচিনা লাগিব,যে সেই স্থলত নিজেই ৰাস্তাটোৰ বাধাবোৰ আঁতৰাই হয়টো আগবাঢ়ি যাবলগীয়া হব পাৰে । এইটো ৰাস্তাত চলাচলৰ গতিবেগ সাধাৰণতে ধীৰ । কিন্ত্ত এই ৰাস্তাটোৰে কিছুদূৰ আগবঢ়াৰ পিছত পিচ হোহকিব লগীয়া নহয় । কিয়নো যাত্ৰাৰ আৰম্ভণিৰ পৰা পাই অহা বিভিন্ন বাধাবোৰ অতিক্ৰম কৰি অহা এক প্ৰকাৰ অভ্যাস হৈ যায়। সৰু সৰু সমস্যাই ব্যতিব্যস্ত নকৰে ।
______________________

আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা, ফাগুনৰ মলয়াক চুমা যঁছাৰ যেন এক অসফল প্ৰছেষ্টা, এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁও, কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা । তোমাৰ অপেক্ষাত নাজানো ক’তযে বসন্ত বাগৰিল, বুকুৰ মাজত ফুলিব ধৰা বকুল বোৰো যেন মৰহিব লাগিছে, কুঁৱলীৰ মাজত যেন সেৰোৱাই পেলাইছো তোমাৰ চিনাকি মুখ খন, এতিয়া নিজৰ বুলিবলৈ দুচকুত উলমি ৰৈছে মাঠো কেইতোপাল মান তপত অশ্ৰু ।
_______________

থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।
_______________

আত্মবিশ্বাস আৰু কাৰ্য্যদক্ষতাৰে আমি নিজৰ ভাগ্য নিজে লিখি লোৱা উচিত, ইয়াৰ বিপৰীতে বৰ্তমানৰ পৰিস্হিতিয়ে আমাৰ ভাগ্য লিখি দিব।
______________

“কি লাগে তোমাক ,বুকুভৰা ভালপোৱা নে ভালপোৱাৰ নামত কৃত্ৰিমতা ?
_______________

তাই নাহে, তাইৰ প্ৰমাণ পঠিয়াই দিয়ে, সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে, কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ, কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।
_______________

তোমাক হেৰুৱাৰ পিছত আজি ওঁঠত এটি কৃত্ৰিম হাঁহি পিন্ধি লৈছোঁকিন্তু তুমি জানো বুজিবামোৰ হৃদয়ৰ কথা…………..
_____________

Assamese Status

আমি একেখন নাৱৰে যাত্ৰীকিন্তু গন্তব্যস্থান বেলেগ….
_____________

তুমি বৰষুণৰ দৰে…মোৰ উকা আকাশত..ৰামধেনু আঁকি দিয়া..।।
___________

অাৰম্ভ হ’ল এক নতুন যাএা,অতীতক সোঁৱৰণিৰ সফুৰাত শুৱাইবতৰ্মানৰ অাধাৰত,ভৱিষ্যতৰ ছবি অকাৰ এক নতুন যাএা……
____________

তুমি সপোন মোৰ দিঠকৰতুমি আশা মোৰ জীৱনৰতুমি প্ৰাণ মোৰ আবেগৰতুমি হাঁহি মোৰ নয়নৰ।তোমাৰ জীয়া জীয়া মৰমবুকুৰ মাজতে লৈসপোন কাৰেং গঢ়িম তোমাক লগতে লৈ।তোমি আউসী নিশাৰ জোনাকস্নিগ্ধ তোমাৰ সুবাসআপ্লুত মোৰ মন মৰুমই জোন তুমি মোৰ জোনাক।।
_____________

আৱেলিৰ সেই সপোন যেন বৰষুণ জাক আহি মোক স্মৃতিৰ পথাৰখনলৈ ঠেলি নিলেহি….
______________

সুখ – দুঃখৰ সংমিশ্ৰনৰ এক গজল হৈ ৰ’ল এই জীৱনকেতিয়াৱা শিখৰক চুৱ খোজা আলিবাটৰ ধূলি হৈ ৰ’ল এই জীৱন !!!
______________

এদিন প্ৰেম হৈছিল মোৰ..সাগৰ দেখিছিলোঁ তোমাৰ চকুত।আধৰুৱা চিঠি খন শেষ কৰাৰ আশানতুন কৈ নামিছিল বুকুত।ভিজা ভিজা ৰাতিপুৱা এটি হৈমোহাৰি পেলাবা মোৰ জীৰ্ণ হেঁপাহ,আৰু জীয়াই ৰাখিবা শূন্যত তুমি,ভালপোৱাৰ এটি সুদৃঢ় শিপা ।
______________

তুমি মোৰ নহলেওমৰমবোৰ চিৰন্তন থাকিব তোমালে…ভালপোৱাৰ অনুভূতি কিতুমি জীৱনত অহাতবুজিছিলো,আৰু আজি তুমিয়েশিকাই গ’লানিসংগতাৰ সংজ্ঞাজীৱন আধাবাটত মোকহঠাতে এৰি আতৰি গৈ….
______________

“মই জীয়াই থকা জীৱনটো বিচাৰ কৰিবলৈ তুমি কোন?” মই জানো মই নিঁখুত (perfect) নহয়, কিজানি মই জীয়াই থাকিব নিবিচাৰো। কিন্ত্ত, মোৰ পিনে আঙুলি টোওৱাৰ আগতে নিজৰ হাতখন চাই লবা কিমান চিকুণ।
______________

জীৱন আছে, কিন্তু ভৰষা নাই| আশা আছে, কিন্তু বাস্তবত নাই| মন আছে, কিন্তু ধন নাই| বন্ধু আছে, কিন্তু প্রকৃত বন্ধু নাই| আত্মীয় আছে, কিন্তু নিজৰ বুলিবৰ নাই| প্রেম আছে কিন্তু সত্য প্রকৃত প্রেমিকা নাই |
_____________
মাজে মাজে সোঁৱৰণিৰ বৰষুন জাকে মোক বাৰুকৈ তিয়াই থৈ যায়।
___________

তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম , তুমি ক’লে সাগৰো সাতুৰিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম |
___________

Assamese Status

তোমাক হেৰুৱাৰ পিছত আজি ওঁঠত এটি কৃত্ৰিম হাঁহি পিন্ধি লৈছোঁ কিন্তু তুমি জানো বুজিবা মোৰ হৃদয়ৰ কথা…………..
____________

নীৰৱতাৰ ভাষা যেন আকৌ বুজি উঠিছোঁ হৃদয়ৰ অব্যক্ত স্পৃহা আকৌ শুনা পোৱা হৈছোঁ
_____________

মোক কোনোৱে গুৰুত্ব দিছে, দিয়া নাই তাত মোৰ কি আহে যায়। মোৰ পৃথিৱীততো ময়েই ৰজা। ময়েই কটাওঁ জীৱন জীৱন মোৰ প্ৰতিটো ক্ষণ! মোৰ জীৱন, যৌৱনৰ নায়ক মোৰ বাহিৰে আন কোনোবা আছে জানোঁ? হ’ব পাৰিব জানোঁ?? ✌️
______________

প্ৰাপ্তি আৰু অ-প্রাপ্তিৰ দোমোজাতে পাৰ হৈছে এই জীৱন,বহু আশা দিঠকত যেন আজিমৰীচিকাৰ ছবি ,ক’ৰৱাত হেৰাল মোৰ সপোন…..এতিয়া বিচাৰি উলিয়াত এখন্তেক ব্যস্ত !!!
______________

থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।
______________
মোৰ শুষ্ক হৃদয়খনিত এতিয়া মাথো তোমাৰ প্ৰেমৰ বৰষুণ।
_____________

আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা, ফাগুনৰ মলয়াক চুমা যঁছাৰ যেন এক অসফল প্ৰছেষ্টা, এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁও, কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা । তোমাৰ অপেক্ষাত নাজানো ক’তযে বসন্ত বাগৰিল, বুকুৰ মাজত ফুলিব ধৰা বকুল বোৰো যেন মৰহিব লাগিছে, কুঁৱলীৰ মাজত যেন সেৰোৱাই পেলাইছো তোমাৰ চিনাকি মুখ খন, এতিয়া নিজৰ বুলিবলৈ দুচকুত উলমি ৰৈছে মাঠো কেইতোপাল মান তপত অশ্ৰু ।
_________________

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।
___________________

তুমি বৰষুণৰ দৰে…মোৰ উকা আকাশত..ৰামধেনু আঁকি দিয়া..।।
________________

ত্রক কাহিনী কওঁ শুনাজীৱনৰ আছিল ত্রক নজনা খেলাৰাতিৰ আকাশৰ তৰাৰ নিজানতজিকমিকনী জোনাকীপৰুৱাৰ পোহৰতআছিলো জানা এক নিশব্দ অজ্ঞাত স্হানতৰিঙিয়াই মাতিছিল স্বাতৱে সপোনৰ আৰঁতহ্দয়ৰ কাষে কাষে নৈৰ পাৰতচলাইছিল নৌকা তেজৰ সাগৰত…
________________

আপুনি এই বুলি কোৱাটো এক ভ্ৰমৰ বাহিৰে আন একো নহয়, যে, “মোৰ হাতত সময় নাই” কাৰণ, পৃথিৱীৰ সফল আৰু মহান ব্যক্তি সকলৰ হাতটো “২৪ ঘণ্টা” সময়েই থাকে, যিটো আপোনাৰ হাতটো থাকে ।
___________________

প্ৰকৃততে সেইসকলেহেপ্ৰেমৰ কোমল অনুভূতি বোৰকঅনুভৱ কৰিব পাৰে, যি সকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে কেৱল মাথো ভাল পাব হে জানে…
___________

প্ৰাপ্তি আৰু অ-প্রাপ্তিৰ দোমোজাতে পাৰ হৈছে এই জীৱন,বহু আশা দিঠকত যেন আজিমৰীচিকাৰ ছবি ,ক’ৰৱাত হেৰাল মোৰ সপোন…..এতিয়া বিচাৰি উলিয়াত এখন্তেক ব্যস্ত !!!
_____________

তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেনতুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন ! তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!
________________

আত্মবিশ্বাস আৰু কাৰ্য্যদক্ষতাৰে আমি নিজৰ ভাগ্য নিজে লিখি লোৱা উচিত, ইয়াৰ বিপৰীতে বৰ্তমানৰ পৰিস্হিতিয়ে আমাৰ ভাগ্য লিখি দিব।
_____________

Assamese Status

নাকান্দিবা, যি হবলৈ আছিল ইতিমধ্যে হৈ গল, হাঁহা, কাৰণ এনেকুৱা হৈয়েই।
____________

দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়।
_________

জনমৰ আদিম পুৱাৰ চিনাকীতেওঁ মোৰ মৰমৰমোৰ চেনেহৰমোৰ সাহসৰমোৰ অভিমানৰমোৰ তুলনাবিহীন জীৱন ছন্দৰপ্ৰেৰণাৰ এগছ বন্তিতেওঁ মোৰ মাতৃ..
_______________

আশা আছে জীৱন যুৰি, সফল হোৱা নাই । ৰং আছে আঁকিবলৈ ,ছবি পোৱা নাই ।মন আছে হাঁহিবলৈ , আনন্দহে নাই ।দুখ আছে কান্দিবলৈ আপোন কোনো নাই। মনত আছে বহু সুৰ, গীতৰ ভাষা নাই। মৰম আছে হৃদয় জুৰি, দিবলৈ আছো বাট চাই ।
________________

যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়, কিছু ক্ষণ হৃদয়েৰে ভাবা, আৰু , বিবেকৰ লগত সংলগ্ন কৰা, সমাধান ওলাই পৰিব।
_________________

তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম , তুমি ক’লে সাগৰো সাতুৰিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম |
___________

তুমি সপোন মোৰ দিঠকৰতুমি আশা মোৰ জীৱনৰতুমি প্ৰাণ মোৰ আবেগৰতুমি হাঁহি মোৰ নয়নৰ।তোমাৰ জীয়া জীয়া মৰমবুকুৰ মাজতে লৈসপোন কাৰেং গঢ়িম তোমাক লগতে লৈ।তোমি আউসী নিশাৰ জোনাকস্নিগ্ধ তোমাৰ সুবাসআপ্লুত মোৰ মন মৰুমই জোন তুমি মোৰ জোনাক।।
____________

যদি থাকিলা হেঁতেন তুমি মোৰ কাষতে হাতত লৈ এটি ছাতি, তিতিলো হেঁতেন আমি দুয়ো নিশাৰ বৰষুনত আজি |
_______________

প্ৰকৃততে সেইসকলেহেপ্ৰেমৰ কোমল অনুভূতি বোৰকঅনুভৱ কৰিব পাৰে, যি সকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে কেৱল মাথো ভাল পাব হে জানে…
________________

Assamese Status

আমাৰ চকুজুৰিয়ে, সাধাৰণতে, সেইবোৰ বস্ত্তহে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন।
________________

সেই অব্যক্ত কথাবোৰ মই বিবৃতিৰ বহীত লিখিছো ,সেই কমনীয়তা মুখখনি মই আঁকিবলৈ শিকিছো |
_________________

সময়বোৰ হেৰাই যায়মাথো ৰৈ যায়…..স্মৃতিবোৰ কাষত
_________________
সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক………
________________

আপুনি এই বুলি কোৱাটো এক ভ্ৰমৰ বাহিৰে আন একো নহয়, যে, “মোৰ হাতত সময় নাই” কাৰণ, পৃথিৱীৰ সফল আৰু মহান ব্যক্তি সকলৰ হাতটো “২৪ ঘণ্টা” সময়েই থাকে, যিটো আপোনাৰ হাতটো থাকে ।
________________

উপৰ্য্যুপৰি সফলতা’ই হ’ল আচলতে প্ৰকৃত প্ৰতিশোধ
________________

অসমৰ মানুহে বাইক চলালে হেলমেট পৰিধান নকৰিব পাৰে কিন্তু নিজৰ মোবাইলটোত কভাৰ আৰু স্ক্ৰিনগাৰ্ড লোকৰ পৰা পইছা ধাৰ কৰি হ’লেও ল’গাব লাগে নিজৰ হাত ভৰি ভাঙি যাওক কিন্তু মোবাইলত দাগ এটাও পৰিবলৈ নিদিয়ে
________________

প্ৰতিটো অন্ধকাৰ সভ্যতাৰ এটা বিশেষ গুৰুত্ব আছে -ই প্ৰতিটো উজ্জ্বল সভ্যতাৰ জন্মদাতা !ইতিহাসৰ পাতে পাতে ইয়াৰ উদাহৰণ আছে । তুমি যদি অন্ধকাৰত আছাচিন্তা নকৰিবা,ই হল তোমাৰ ভৱিষ্যত উজ্জ্বল জীৱনৰ এক মাৰ্গদর্শকহে মাথোঁ !
________________

আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা, ফাগুনৰ মলয়াক চুমা যঁছাৰ যেন এক অসফল প্ৰছেষ্টা, এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁও, কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা । তোমাৰ অপেক্ষাত নাজানো ক’তযে বসন্ত বাগৰিল, বুকুৰ মাজত ফুলিব ধৰা বকুল বোৰো যেন মৰহিব লাগিছে, কুঁৱলীৰ মাজত যেন সেৰোৱাই পেলাইছো তোমাৰ চিনাকি মুখ খন, এতিয়া নিজৰ বুলিবলৈ দুচকুত উলমি ৰৈছে মাঠো কেইতোপাল মান তপত অশ্ৰু ।
______________

Assamese Status

সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে, আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে।
_____________

আকৌ অচিনাকী হবলৈ মন নাই,আকৌ অকলশৰীয়া হবলে মন নাই,আকৌ নিশা অকলে তৰা গণি কটাবলৈ মন নাই,আকৌ নিজকে হেৰুৱাবলে মন নাই,আকৌ অচিনাকী হবলৈ মন নাই!!
________________

মই যদি এটা চৰাই হ’লোহেতেন পুৱাতেই গৈ তোমাৰ কোঠাৰ খিৰিকীত পৰিলোগৈহেতেন। মোৰ পাখি মেলি খিৰিকীৰে সোমোৱা ৰ’দ ঢাকি ধৰিলোহেতেন।তুমি যেতিয়া সাৰ পালাহেতেন মই কলোহেতেন Good Morning.
________________

চৰিত্ৰত বিষণ্ণ এই জীৱন, আকাশত এটি তৰা সুখ হৈ বিৰিঙে
_________________

তুমি সপোন মোৰ দিঠকৰতুমি আশা মোৰ জীৱনৰতুমি প্ৰাণ মোৰ আবেগৰতুমি হাঁহি মোৰ নয়নৰ।তোমাৰ জীয়া জীয়া মৰমবুকুৰ মাজতে লৈসপোন কাৰেং গঢ়িম তোমাক লগতে লৈ।তোমি আউসী নিশাৰ জোনাকস্নিগ্ধ তোমাৰ সুবাসআপ্লুত মোৰ মন মৰুমই জোন তুমি মোৰ জোনাক।।
___________________

“ধনবান” হবলৈ এক এক কণ সংগ্ৰহ কৰিব লগা হয়, আৰু “সফল ব্যক্তি” হবলৈ এক এক ক্ষণ সদ্উপয়োগ কৰিব লগা হয়।
___________________
আমাৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহে, য’ত আমি বাচনি কৰিব লগা হয়, যে, কিতাপখনৰ পাত লুটিয়াম নে, কিতাপখন বন্ধ কৰিম।
___________________

জীৱনৰ সমস্ত সুখবোৰ যদিহে তুমি DUKE আৰু DSLRৰতে সীমিত ৰাখিছা তেন্তে মহামূৰ্খৰ খিতাপটি তোমাৰেই নামত…..::
_______________

জীৱনৰ বাবে প্ৰাণ জৰুৰী, লাভৰ বাবে আশা জৰুৰী, মোৰ জীৱনত যিমানেই দুখ নাথাকক, তোমাৰ মুখত “হাঁহি” থকাতো জৰুৰী ।
_______________

জীৱনটো WhatsApp ৰ “Last Seen” ৰ নিচিনা, সকলোৱে নিজৰটো লুকাব খোজে, আৰু আনৰটো চাব খোজে।
_______________

যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।
______________

অসফলতা তোমাৰ ভাগ্যৰ লিখন নহয়ই তোমাৰ কৰ্ম ফল !
_______________

মানুহে মোৰ বিষয়ে কি ভাৱে মই নাজানো কিন্ত……..এটা কথাই জানো ….জীৱনটো নিজৰ গতিকে…..নিজৰ মতেই চলিম।
_______________

Sharing is caring!

Leave a Reply

Your email address will not be published. Required fields are marked *