Assamese Love Messages | Assamese Love Status

In this post, we have brought you the Assamese Love Messages. If you are searching on internet Assamese Love Messages,  Assamese Status, Assamese Love Quotes, Assamese Love Status then you are in the right place. In this post, you will get a similar status which you can upload on Facebook or Whatsapp. Friends, if you like this Assamese Love Quotes, then you must also share with your friends.

Assamese Love Messages

Assamese Love Messages

অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায় ।
____________

ভাল লাগে তোমাৰ নাম,
মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা,
সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত ।
____________

কিনো দিম প্রতিদান তোমালোকর মরমর
কি ভাবে করিম মই এই মরমর বর্ণনা এয়ে শেই মরমর
স্মৃতি রচনা। স্মৃতির বন্তি গছ জ্বলি জ্বলি সেহ হৈ গৈছে,
তথাপিও কারোবার চকুত জীয়াই আছে
তোমালোকর সেই সুন্দর চকুজুরী,
আছে বাট চাই জীবনর ভরসাক লৈ॥
_____________

মই সদায় তোমার হব বিচারো কিন্তু ভগবানে জানু আমাক এই পথে আগবাঢ়িবলৈ দিব।
তথাপিতু মই ভাবো যদি ধুমোহা আহে হাতে হাতে ধরিম,
যদি বরষুণ আহেএকেলগে তিতিম,
আরু যদি দুখ আহে একেলগে কান্দিম। ( Assamese Status )
______________

“Love Card” ত মোৰ নাম লিখি লোৱা,
প্ৰেমবোৰ আগুৱাই লৈ যোৱা,
“Always” ৰ বাবে মোক “Heart” ত লুকুৱাই লোৱা,
আৰু মোক তোমাৰ “Boyfriend” বনাই লোৱা।
______________

জীৱনটো ৰঙীন,
মই উপভোগ কৰিব নাজানো,
সকলোতে নিচা আছে,
মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।
______________

নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা,
সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা,
মই যেতিয়া সুধিম “তোমাৰ মনৰ খবৰ”ৰ কথা কেতিয়াবা,
তোমাৰ হৃদয়ৰ স্পন্দন মোকো শুনাবা কেতিয়াবা ।
_______________

তাই নাহে,
তাইৰ প্ৰমাণ পঠিয়াই দিয়ে,
সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে,
কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ,
কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।
________________

মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম,
মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।
________________

সকলোতে তোমাক দেখো,
কিন্ত্ত কি কৰিম। সকলোতে তোমাৰ মনত পৰে
কিন্ত্ত কি কৰিম। মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই,
তোমাৰ স্মৃতিয়েহে জগায় ৰাখে, কি কৰিম?
________________

তোমাৰ চুলিতাৰিৰ সুগন্ধত সৰগ দেখা পাওঁ,
তোমাৰ হাঁহিৰ দৰ্শনত দুখ পাহৰি যাওঁ,
মোৰ প্ৰত্যেকটো উশাহত তোমাৰ গোন্ধ পাওঁ,
যদি তোমাক চিৰদিনৰ বাবে পাই যাওঁ,
এনে লাগিব যেন, মই গোটেই পৃথিৱীখন পাই যাওঁ।
________________

এইমাত্ৰ মোৰ হৃদয়খনত হোৱা কঁপনিৰ বেঠা তোমাক কেনেকৈ দেখুৱাওঁ,
হৃদয় কোনোবা এটা কোণত হোৱা আঘাটৰ চিন তোমাক কেনেকৈ দেখুৱাওঁ,
চকুৰ লোতকত জানো মোৰ হৃদয়ত থকা তোমাৰ ছবি মঁচ খাই যাব,
অসুস্হ হৃদয়ৰ থৰথৰণিত চকুৰ লোতক নোলাবই বা কিয়,
মোৰ হৃদয়ত তোমাৰ স্হান কি, তোমাক কেনেকৈ দেখুৱাওঁ? ( Assamese Love Status )
_________________

মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়, মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্ত্তৰ মূল্য জোখা নহয় ।
________________

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল
তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।
________________

যদি কেনেবাকৈ গম পালোহেঁতেন ৰাতি
তুমি আহিবা সংগোপনে মোৰ সপোনলৈ,
মা কচম্, গোটেই শিতালিত সুগন্ধিৰ গোলাপ
সজায় ৰাখিলোহেঁতেন, তোমাৰ বাবে ।
________________

মোৰ আকৰ্ষণ বাঢ়িব ধৰিছে,
মোৰ প্ৰেমে আকাশ চুব ধৰিছে,
তুমি মোৰ হৈ যাবলৈ মনে অনুৰোধ কৰিছে,
এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা,
তোমাক মোৰ কৰাৰ যি হাবিয়াহ,
জানোচা কিছু সময় তুমি দূৰত থাকিলেও মনক বুজাব পাৰো মই ।
________________

জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।
________________

হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকেই ক্ষমা কৰি দিওঁ, যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰোঁ ।
________________

ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন ।
________________

ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, “ঘৰত নিদিলে পলাই গুচি যাম” বুলি কোৱা এগৰাকীহে লাগে ।
________________

দামী দামী উপহাৰৰ টোপোলা নালাগে মোক সাহস যদি আছে, শিৰত আঁকি দিবা সেন্দুৰৰ ৰঙা বোল ।
________________

মই অকলশৰীয়া কিয় হম , ১০ মাহ ১০ দিন গৰ্ভধাৰণ কৰি মোক জন্ম দিয়া “মা” এতিয়াও মোৰ কাষত আছে |
________________

অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।
_________________

প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।
_________________

ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।
_________________

তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।
_________________

চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি ।
_________________

এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই ।
_________________

সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।
_________________

সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।
_________________

এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে । ( Assamese Love Quotes )
_________________

প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব
_________________

কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব ।
_________________

সকলোতকৈ সুখী ব্যক্তি সেইজন যাৰ প্রিয় জনে তাক বুজি পায় ।
_________________

সুখৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱনত নষ্ট নকৰিবা কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ ।
_________________

যিমানেই JIO নাথাকক কিয় ? AIRCEL ৰ সেই ৯টকাৰ SMS PACK ৰে আৰম্ভ হোৱা প্ৰেমৰ অনুভূতি বিলাকেই বেলেগ আছিল ।
_________________

যদি কাৰোবাক ভালপাইছা ভালপোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰৱঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয় ।
_________________

টোপনিৰ ওপৰত নো কি অভিমান কৰিবা ? কাৰণ দোষী আচলতে সেই চেহেৰাটোহে যি মোক শুবলে নিদিয়ে ।
_________________

জীৱনত সুখী হবলৈ মোক বিশেষ একো নালাগে, মা দেউতাক সুখেৰে ৰাখিবলৈ হাতত এটা সৰু চাকৰি আৰু সদায় সাহস দিবলৈ কাষত তুমি ।
_________________

পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ । কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী ।
_________________

সেইজন মানুহ বহুত SPECIAL হয় । যি নিজে ভাঙি যোৱাৰ পিছতো আনক সুখ দিবলৈ নেৰে ।
_________________

প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয় ।
_________________

তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।
_________________

সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল OPTION বহুত আছে কিন্তু DECISION মাথো তুমিয়েই ।
_________________

তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।
_________________

সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা ।
_________________

তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে ।
_________________

তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে ।
_________________

প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয় ।
_________________

জীৱনত বেছি একো নিবিচাৰোঁ, মাথোঁ, এনেকুৱা এজন বিচাৰোঁ, যি জনে মাথোঁ মোক ভালপাব আৰু বহুত care লব ।
_________________

ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে ।
_________________

মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,হৃদয়ৰ পৰা কৰা সম্পৰ্ক,শ্মশানলৈকে লগত থাকে ।
_________________

ভাল লাগে তোমাৰ নাম,
মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা,
সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত ।
_________________

কিনো দিম প্রতিদান তোমালোকর মরমর
কি ভাবে করিম মই এই মরমর বর্ণনা এয়ে শেই মরমর
স্মৃতি রচনা। স্মৃতির বন্তি গছ জ্বলি জ্বলি সেহ হৈ গৈছে,
তথাপিও কারোবার চকুত জীয়াই আছে
তোমালোকর সেই সুন্দর চকুজুরী,
আছে বাট চাই জীবনর ভরসাক লৈ॥
__________________

মই সদায় তোমার হব বিচারো কিন্তু ভগবানে জানু আমাক এই পথে আগবাঢ়িবলৈ দিব।
তথাপিতু মই ভাবো যদি ধুমোহা আহে হাতে হাতে ধরিম,
যদি বরষুণ আহেএকেলগে তিতিম,
আরু যদি দুখ আহে একেলগে কান্দিম।
__________________

“Love Card” ত মোৰ নাম লিখি লোৱা,
প্ৰেমবোৰ আগুৱাই লৈ যোৱা,
“Always” ৰ বাবে মোক “Heart” ত লুকুৱাই লোৱা,
আৰু মোক তোমাৰ “Boyfriend” বনাই লোৱা।
__________________

জীৱনটো ৰঙীন,
মই উপভোগ কৰিব নাজানো,
সকলোতে নিচা আছে,
মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।
__________________

নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা,
সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা,
মই যেতিয়া সুধিম “তোমাৰ মনৰ খবৰ”ৰ কথা কেতিয়াবা,
তোমাৰ হৃদয়ৰ স্পন্দন মোকো শুনাবা কেতিয়াবা । ( Assamese Love Status )
__________________

তাই নাহে,
তাইৰ প্ৰমাণ পঠিয়াই দিয়ে,
সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে,
কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ,
কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।
__________________

মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম,
মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।
__________________

সকলোতে তোমাক দেখো,
কিন্ত্ত কি কৰিম। সকলোতে তোমাৰ মনত পৰে
কিন্ত্ত কি কৰিম। মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই,
তোমাৰ স্মৃতিয়েহে জগায় ৰাখে, কি কৰিম?
__________________

তোমাৰ চুলিতাৰিৰ সুগন্ধত সৰগ দেখা পাওঁ,
তোমাৰ হাঁহিৰ দৰ্শনত দুখ পাহৰি যাওঁ,
মোৰ প্ৰত্যেকটো উশাহত তোমাৰ গোন্ধ পাওঁ,
যদি তোমাক চিৰদিনৰ বাবে পাই যাওঁ,
এনে লাগিব যেন, মই গোটেই পৃথিৱীখন পাই যাওঁ।
__________________

Final Words

These are the Assamese Status, Assamese Love Quotes, Assamese Love Status. I hope you really liked this article. If you have your own status let me know.

Loved reading? Share it together with your friends.

Still, have any queries or suggestions? Let me know within the comments below. I’ll reply as fast as possible.

Also, Read- Cute Whatsapp Status For Girl

Sharing is caring!

Leave a Reply

Your email address will not be published. Required fields are marked *