Assamese Funny Status | Best Assamese Funny Status

Assamese Funny Status : Hello friends, you are very welcome in our new post. In this post, we have brought you the Assamese Funny Status . If you are searching on internet Assamese Funny Status, Assamese Funny Status For Fb, Assamese Status, Best Assamese Funny Status then you are in the right place. In this post, you will get a similar status which you can upload on Facebook or Whatsapp. Friends, if you like this Assamese Funny Status, then you must also share with your friends.

Assamese Funny Status

Assamese Funny Status 

কেতিয়াবা কিছুমানৰ পৰা Hi Hellow মেছেজ পাওঁ।
ৰিপ্লাই দিও যদিও আকৌ ঘূৰাই মেছেজ নাপাওঁ।
মাৰিলো নে জীয়াই আছো টেষ্ট কৰি চাই নি বাৰু??

__________

লগৰ কোনোবাই গান এটা খুজিলে Whatsapp ত দিবলৈ সময় নোপোৱা হেৰামীকেইটাই সেইতো গান ছোৱালী এজনীয়ে খুজিলে ঘৰত গৈ xenderত দি থৈ আহিব।
__________

নতুন চোলা আনিবলৈ ভয়ে লগা হল।
যিমান হে জুনিয়ৰ কলেজে আছে।
কোনোবা নহয় কোনোবা কলেজৰ উনিফর্মৰ লগত মিলি যায়।
__________

Difference Between GF/BF and Husband/Wife
GF/BF- কালি যিটো বেলেগৰ আছিল আজি সেইটো তোমাৰ কাইলে আন কাৰোবাৰ হৈ যাব।
Husband/Wife-কালি যিটো বেলেগৰ আছিল আজি সেইটো তোমাৰ কাইলে তোমাৰেই হৈ থাকিব ।
___________

কলা পেন্ট,টি-চাৰ্ট,জোতা মোৰো আছে কিন্তু Black lover বুলি হে ফটো দিয়া নহল। এতিয়া চিন্তা হৈছে ৰাইজে এঘৰীয়া নকৰেতো।
___________

জীৱনত অন্য একো আশা নাই মাত্ৰ এতিয়া কাৰোবাৰ Friendaversaryত পাৰ্টি দিবাদেই বুলি পোষ্ট দিয়া বোৰে খোৱা পাৰ্টি এটা খাবলৈ পালেই হৈ যাব
___________

Assamese Funny Status

বিয়াৰ বয়স হলে আগতে ঘৰৰ মানুহে লৰাক কৈছিল,

#নিজৰজাতৰছোৱালীএজনীআনিবি।

তাৰ পাছত কবলৈ ধৰিলে,
“#ভালব্যৱহাৰপাতিকৰাছোৱালীএজনীআনিবি”

তাৰ পাছত কবলৈ ধৰিলে,
“#ভালসংস্কাৰথকাছোৱালীএজনী_অনিবি।”

আজি কালি কবলৈ ধৰিলে,
“#বোপাইঅতইআকৌছোৱালীহেআনিবিদেই”
___________

#সঁচাইইংৰাজীতোবৰহেৰামিভাষা
foreigner বুলিলে আমাৰ ধুনীয়া ৰঙা বগা মানুহৰ কথাই মনলৈ আহে।
কিন্তু
সেই একেটা শব্দ অসমীয়াত শুনিলে কিন্তু বাংলাদেশী সোপাহে মনলৈ আহে।
____________

একলেণ্ড বন্ধ হোৱাৰ আগদিনা গৈ অহা সকলেও আকৌ “আমি একলেণ্ড ৮ বছৰ আগতেই গৈছিলো” বুলি কৈ দিয়ে।
____________

পুৰণি ফটোত হাঃ হাঃ ৰিয়েক্ট দেখিলে এটা কথাই ভাবো,
আজি যিকেইখন ফটোত Love ৰিয়েক্ট দি আছে হেৰামি সতে ভৱিষ্যতে তাতো হাঃহাঃ ৰিয়েক্ট দিব
____________

স্কুতি লৈ যোৱা ছোৱালী এজনীৰ এক্সিডেন্ট হল ।
কেনেকৈ শুনক, “তাই গৈ আছিল মুখৰ আগত ছাগলী এটা ওলালে ব্ৰেক নামাৰি চিঞৰ মাৰি দিলে।”
____________

Assamese Funny Status

পৃথিৱীৰ কাষেৰে আৰু কিমান দিনলৈ ক্ষতিকাৰক ৰশ্মি পাৰ হব?
মোবাইল ওলোৱাৰে পৰা এইটো মেছেজ মানে সপ্তাহত তিনিদিন মান পাওঁ।
____________

একলেণ্ড এৰি
ৰাইজ এইবাৰ ড্ৰিমলেণ্ডলৈ ৰাওনা হৈছে।
অহা বছৰ সেইখনো বন্ধ নহলেই হৈছে। কিবা সুৰক্ষা সমিতি এখন লাগিছিল
____________

আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক ❌
আজিৰ শিশু কাইলৈ কোনো দলৰ ছাত্ৰনেতা ✔
____________

প্ৰথম দেখোঁতে কিমান সৰু নাইবা ডাঙৰ হব ধৰিব নোৱাৰি “বা”
বুলি মাতিলোঁৱেই যেনিবা।
ইমান ঘোপাকৈ চাব লাগে নে?
____________

Assamese Funny Status

নতুন জোতা এযোৰ কিনি আপডেট দিয়া সকলেও আকৌ পথাৰৰ ফটো দেখিলে ফিচিঙা ফিচিঙ কৰে।
মাৰিলেই যেনিবা পথাৰত ফটো এখন তাতে কি জগৰ নিজৰ সংস্কৃতি কৰিছে দেখুৱাইছে তাতে কি হল।
____________

ছোৱালীবোৰৰ ডিঙিত ওলমি থকা
কাপোৰখন আগতে উৰ্ণা আছিল ।
তাৰপিছত দুপাত্তা হ’ল ।তাৰপিছত একপাত্তা ।
তাৰপিছত গলপাত্তা ।
আজিকালি সেইখন নাপাত্তা হ’ল ।।
____________

চাল্লা মিলন মহন্ত নামটো ফেক একাউন্ট খুলিলে।তাৰ পোষ্টতো সকলোৱে share কৰাত লাগিছে ভালকৈ চালেই দেখিব আজি ৰাতিপুৱা খোলা একাউন্ট এইটো
____________

ৰাইজে নখ জোকাৰি নৈ বোৱাই দিয়া আজিলৈকে দেখা নাই। কিন্তু,
ৰাইজে মূত্ৰ বিসৰ্জন কৰি একলেণ্ড বন্ধ কৰাই দিয়া দেখিছোঁ।
____________

নতুনকৈ অনা মোবাইলটো চাৰ্জত লগাই চুইছতো দিছিলো হে মাত্ৰ,ৰাস্তাত কোন হেৰামিয়ে জানো বুলেটখনৰ এক্সেল ডাল পকাই দিলে জীৱটো কথমপি হে ৰৈছে
____________

Best Assamese Funny Status

Single কেইটা দুখত আছে Relationshipত থকা কেইটাই কাজিয়া কৰি আছে Dhoka খোৱা কেইটাই কান্দি আছে কিন্তু মিহি মিহিকে সকলোৰে চেনি খাই থকা কেইটা বিন্দাচ আছে ।
____________

জীৱনৰ মূল্য সদায় মৃত্যুৰ পাছতহে বাঢ়ি যায় সেইদিনাই গম পালোঁ , যিদিনা মুৰ্গী বেপাৰিটোৱে কৈছিল গোটা মুৰ্গীৰ কেজি ১০০ টকা, আৰু কটা মুৰ্গীৰ কেজি ২০০ টকা ।
____________

ছোৱালীবোৰক বয়স সুধিলে বেয়া পায় কিন্তু Birthday পাহৰিলে তোমাক মাৰি পেলাব ।
____________

চাল্লা এটা কথা বুজি পোৱা নাই ইমান Prince আৰু Princess মোগলৰ সময়তো নাছিল যিমান এতিয়া Facebook ত দেখা পোৱা যায় ।
____________

পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ Girlfriend ৰ বাপেকে Blank Cheque এখন দি ক’লে হয় ইয়াত Amount লিখি ল’ আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা ।
____________

যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি Traffic Policeৰ Checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল ।
____________

নিজৰ Girlfriend ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা আৰু Petrol Pump ৰ কাষত চিগাৰেট খোৱা একেই কথা ।
____________

Assamese Funny Status

আজিকালিৰ প্ৰেম Bluetooth ৰ নিচিনা ওচৰলৈ আহিলে Connected দূৰলৈ গলে Searching For a New Device
____________

যিমানে Mountain Dew নোখোৱা কিয়, ভয় লাল খালেহে দূৰ হয় |
____________

Single বিলাকৰ অন্য কিবা থাকক বা নাথাকক, শান্তিৰে শুব পৰা ৮ ঘণ্টা সময় কিন্তু থাকে ।
____________

SPEED ত মেছেজৰ REPLY কৰিব পৰাটো এটা কলা, যিটো অকল আমাৰ SINGLE বোৰৰ হে আছে ।
____________

আমি SINGLE মানুহ, জান, সোণ, বাবু , জানু কবলৈ মবিলেটো এ একমাত্ৰ ।
____________

পঢ়া শুনাৰ CERTIFICATE যিমানেই ভাল নকৰা কিয়, সময়ত কিন্তু CAST CERTIFICATE খনহে কামত আহে ।
____________

I HAVE A গভীৰ প্ৰশ্ন – চুমা খাই নে দিয়ে ?
____________

Assamese Funny Status

এসময়ৰ কথা – গধূলি হোৱাৰ লগে লগে মইও কিতাপ পঢ়িছিলোঁ ।
____________

FACEBOOK আৰু WHATSAPP চলোৱাৰ নামত যদি চৰকাৰে পুৰস্কাৰ দিলে হয়, তেন্তে, প্ৰথম পুৰস্কাৰ মই পালো হয় ।
____________

যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰু যাৰ GF ASE সি শান্তি বিচাৰি ফুৰে ।
____________

ফেচবুকত ছোৱালী পতাই বিয়া কৰাটো বিয়া নবোলে, ONLINE SHOPPING বোলে ।
____________

ডাঙৰ মানুহ হবলৈ একো কৰিব নালাগে, Message Seen কৰি reply নকৰিলে হল ।
____________

Assamese Funny Status

প্ৰেমিকা ,
হাত কটা প্ৰেমিকা,
তাৰ পাছত আহে এনেকুৱা প্ৰেমিকা
বি:দ্ৰ:-#এনেকুৱাসংস্কাৰীপ্ৰেমিকাএকলেণ্ডতগাধুইপূণ্যঅর্জনকৰাসকলেহেপাই
____________

মাঘৰ বিহুত মেজি নজ্বলিব পাৰে
তথাপিও অসম বন্ধত টায়াৰ জ্বলিবই
____________

দুৰ্ভগীয়া
বহুত দুৰ্ভগীয়া
তাৰ পাছত আহে,
এই কেইদিনত একলেণ্ড গৈও কামোৰ খোৱা ভয়ত ফটো আপলোড কৰিবলৈ সাহস নকৰা সকল।
____________

কিমানৰ প্ৰেম আধৰুৱা হৈ ৰল মাত্ৰ আখৰ বেয়া বুলি চিঠিখন নিদিয়াৰ বাবেই
এতিয়া হোৱাটচএপৰ নম্বৰ পাই চিধা I love you কৈ দিয়া সকলে কি বুজিব
____________

মা দেউতাই কষ্ট কৰি কৰি আমাৰ মাত ফুটাই দিলে আৰু আমি কথা হোৱাটচএপত পাতো।
____________

Assamese Funny Status

আমাৰ লগত দুই ধৰণৰ বন্ধু থাকে
“ঐ ফুৰিবলৈ যাওঁ ব’ল।”
প্ৰথমটো,”অ ঠিক আছে ব’ল”
দ্বিতীয়টো, “এইবাৰ নাযাওঁ nextবাৰ sure যাম”
এই হেৰামিতোৰ nextবাৰ কোনোদিনেই নাহে।
_____________

সৰুতে কম্পাছৰ লগত পোৱা Magnifying Glassখনে কাগজ জ্বলোৱা বাহিৰে আৰু একো কৰি নাপালোঁ।
_____________

আমাৰ পাছৰ প্ৰজন্মই মাকৰ আঁচলত লুকাবলৈ আৰু মুখ মচিবলৈ নাপাব কাৰণ জিন্স পেন্ট টি-চাৰ্টৰনো কত আঁচল থাকিব?
_____________

আগতে ভগৱানক পাবলৈ ভক্তি হবলৈ ছমাহ বছৰ তপস্যা কৰিছিল আজি কালি আকৌ মদ ভাং খাই লৈ DJ বক্স এভাগ লগাই গাড়ীত ঘুৰি ফুৰিলেই হৈ যায়
_____________

Sharing is caring!

Leave a Reply

Your email address will not be published. Required fields are marked *